অর্থ : কোনো বর্গ ্বা সমূহৰ আধাতকৈ অধিক লোকৰ মত
উদাহরণ :
এই নি্র্বাচনত কোনো দলেই সংখ্যা-গৰিষ্ঠতা নাপালে
সমার্থক : বহুমত
অর্থ : একে চিন্তাধাৰা থকা কোনো বর্গ ্বা সমূহৰ আধাতকৈ অধিক লোক
উদাহরণ :
সংখ্যা-গৰিষ্ঠতাক সন্মুখত ৰাখি এইটো সিদ্ধান্ত লোৱা হৈছে
সমার্থক : বহুমত