অর্থ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
উদাহরণ :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
সমার্থক : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা
অর্থ : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
উদাহরণ :
মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
সমার্থক : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা