অর্থ : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
উদাহরণ :
মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
সমার্থক : শুওৱা
অর্থ : আনক শোৱা কার্যত প্রবৃত্ত কৰা
উদাহরণ :
ডাক্তৰে ৰোগীক পৰীক্ষা কৰাৰ কাৰণে বিচনাত শুৱাই দিলে