সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শিলৰ টুকুৰা
উদাহরণ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
সমার্থক : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলাখণ্ড, শৈলখণ্ড
অর্থ : সৰু আকাৰৰ শিল
উদাহরণ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
সমার্থক : পাথৰ, শিল
অর্থ : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে
উদাহরণ :
সমার্থক : পাথৰ
ইনস্টল