সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গছ আদিৰ গা-গছৰ পৰা ইফালে-সিফালে ওলোৱা অংগ
উদাহরণ : লʼৰা-ছোৱালীবোৰে আমগছৰ ডালত ওলমি আছে
সমার্থক : ডাল, ডাল-পাত, ডালি, পল্লৱাধাৰ, বৃক্ষশাখা, শাখা-প্রশাখা
অর্থ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
উদাহরণ : এই সংস্থাৰ পাঁচটা অংগ আছে
সমার্থক : অংগ
অর্থ : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
উদাহরণ : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
সমার্থক : সম্প্রদায়
ইনস্টল