অর্থ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
উদাহরণ :
আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
সমার্থক : পেঙ্গুচিয়া, লেকেচিয়া
অর্থ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
উদাহরণ :
চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
সমার্থক : লেঙ্গেৰা
অর্থ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
উদাহরণ :
লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
সমার্থক : খোৰা
অর্থ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
উদাহরণ :
লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
অর্থ : যাৰ এটা ভৰি ভাঙিল
উদাহরণ :
লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল