অর্থ : জিভাৰ গুৰিফালে থকা লালটি ওলোৱা গ্রন্থি
উদাহরণ :
টনচিল বাঢ়ি যোৱাৰ কাৰণে মই খোৱাত বৰ অসুবিধা পাইছোঁ
সমার্থক : টনচিল
অর্থ : মুখত পোৱা যি গ্রন্থিৰ পৰা লালটি ওলায়
উদাহরণ :
মুখত তিনিযোৰ লালটি গ্রন্থি পোৱা যায়