অর্থ : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
উদাহরণ :
কাগজখন কাঠডালত লাগি ধৰিল
সমার্থক : আঁট ্খোৱা
অর্থ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
উদাহরণ :
মোৰ ডিঙিটো টানি ধৰিছে
সমার্থক : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
অর্থ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
উদাহরণ :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
সমার্থক : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা