অর্থ : কোনো বিশেষ উদ্দেশ্যত লগ হোৱা কার্য
উদাহরণ :
চিকিৎসকক লগ কৰাৰ পিছতহে ৰোগৰ বিষয়ে জানিব পৰা যাব
অর্থ : কাৰোবাক দেখা-সাক্ষাৎ কৰা কৰা কার্য
উদাহরণ :
তেওঁ চহৰত নিজৰ ্সম্পর্কীয় লোকসকলক লগ কৰিলে
সমার্থক : সাক্ষাৎ কৰা