সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
উদাহরণ : মোৰ ধনৰ মোনাটো চুৰি হʼল
সমার্থক : জোলোঙা, বেগ
অর্থ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
উদাহরণ : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
সমার্থক : জোলোঙা
অর্থ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
উদাহরণ : ককাই ৰচীদবোৰ মোনাত ৰাখে
সমার্থক : বেগ
অর্থ : মোনাৰ বস্তু
উদাহরণ : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে
সমার্থক : বস্তা, বেগ
ইনস্টল