সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিয়মৰ বান্ধোনৰ পৰা কোনো বিশেষ কাৰণত মুক্ত হোৱা কার্য
উদাহরণ : আমেৰিকাৰ দাসসকলক মুক্তি দিয়াৰ কৃতিত্ব আব্রাহাম লিংকনক দিয়া হয়
সমার্থক : অব্যাহতি, নিষ্কৃতি
অর্থ : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা
উদাহরণ : সৎ লোকৰ মোক্ষ প্রাপ্তি হয়
সমার্থক : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰমার্থ, পৰিনি্র্বাণ, মহানি্র্বাণ, মোক্ষ, মোক্ষপদ
অর্থ : মুক্ত হোৱা অৱস্থা বা ভাব
উদাহরণ : কালিলৈ মাধৱক জেলৰ পৰা মুক্তি দিয়া হʼব
সমার্থক : বন্ধনহীনতা
ইনস্টল