সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যৌৱনাৰম্ভৰ পৰা আৰম্ভ কৰি ৰজোনিবৃত্তিলৈকে চলা মহিলাসকলৰ এক প্রক্রিয়া
উদাহরণ : মাহেকীয়াৰ সময়ত মহিলাসকলে বিশেষধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত
সমার্থক : ঋতুস্রাব, মাসিক
অর্থ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
উদাহরণ : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
সমার্থক : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, ৰজঃ, ৰজস্বলা
অর্থ : প্রত্যেক মাহত এবাৰ বা মাহে মাহে হোৱা
উদাহরণ : এই মন্দিৰটোত মাহেকীয়া ৰামকথাৰ আয়োজন কৰা হয়
ইনস্টল