সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
উদাহরণ : এইটো এক লিটাৰৰ মাপক
সমার্থক : মাপ, মাপক উপকৰণ
অর্থ : ভৰ, আয়তন আদি জোখা একক
উদাহরণ : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
সমার্থক : মাপ
অর্থ : দৈর্ঘ ্জোখা মাপনি বিশেষ যাৰ এফালে চেণ্টিমিটাৰ তথা মিলিমিটাৰ আৰু অন্যফালে ইঞ্চি তথা ফুটৰ ক্রমিক চিহ্ন দিয়া থাকে
উদাহরণ : সৰু স্কেল ছয় ইঞ্চিৰ হয়
সমার্থক : ইস্কেল, স্কেল
ইনস্টল