অর্থ : চৌব্বিশ সংখ্যক বা অন্তিমজন জৈন তী্র্থংকৰ
উদাহরণ :
মহাবীৰৰ সৰুকালৰ নাম বর্ধ্্মান আছিল
সমার্থক : ভগৱান মহাবীৰ
অর্থ : যিজন বহুত ডাঙৰ বীৰ
উদাহরণ :
সেনাপতিয়ে কিছুমান মহাবীৰৰ সৈতে যুদ্ধৰ ৰণকৌশল তৈয়াৰ কৰি আছিল