সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দুজন পুৰুষ বা দুটা দলৰ মাজত হোৱা প্রতিযোগীতামূলক দ্বন্দ্ব
উদাহরণ : তাত দ্বন্দ্বযুদ্ধ চলি আছে
সমার্থক : দ্বন্দ্বযুদ্ধ
অর্থ : দুজন পালোৱানে ইজনে সিজনক মোটোকাই ধৰিবলৈ বা লুটি খুৱাই পেলাবলৈ কৰা যুঁজ
উদাহরণ : মোহনে কুস্তি খেলিবৰ কাৰণে সদায় কচৰৎ কৰে
সমার্থক : কুস্তি, মল্লক্রীড়া, মল্লযুঁজ, মালযুঁজ, মালাড়ি, ৰেচলিং
ইনস্টল