অর্থ : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
উদাহরণ :
উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
সমার্থক : পাৰিশ্রমিক
অর্থ : মজদুৰে পোৱা পাৰিশ্রমিক
উদাহরণ :
তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
অর্থ : পাৰিশ্রমিকৰ দান
উদাহরণ :
ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
সমার্থক : পাৰিশ্রমিক, বানচ