পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মকৰা জাল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মকৰা জাল   বিশেষ্য

অর্থ : পোক-পৰুৱা আদি ধৰিবৰ কাৰণে মকৰাই নিজৰ মুখৰ পৰা ওলোৱা আঠাৰে প্রস্তুত কৰা জাল বিশেষ

উদাহরণ : সৰু-সৰু পোক-পতঙ্গবোৰ মকৰাজালত লাগি মকৰাৰ আহাৰ হৈ পৰে

সমার্থক : মকৰাজাল