অর্থ : ভ্রমবশতঃ এটা বস্তুক অন্য এটা বস্তু বুলি বুজি পোৱা কার্য
উদাহরণ :
আন্ধাৰত ভ্রান্ত ধাৰণা হʼব পাৰে
অর্থ : কাৰোবাৰ প্রতি মনত উদয় হোৱা ভুল ধাৰণা
উদাহরণ :
আপোনাক লগপোৱাৰ পিছত মোৰ ভুল ধাৰণা দূৰ হʼল
সমার্থক : ভুল ধাৰণা