সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
উদাহরণ : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
সমার্থক : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, পৰিভ্রমণ
অর্থ : ঘূৰা-ফুৰা কার্য
উদাহরণ : ৰামে ইফালে-সিফালে বিচৰণ কৰি আছে
সমার্থক : চলা-ফুৰা, বিচৰণ
অর্থ : এঠাইৰ পৰা অন্য কোনো দূৰৱর্তী ঠাইলৈ যোৱা কার্য
উদাহরণ : তেওঁৰ ্যাত্রা সফল হʼল তেওঁ ভ্রমণ কৰি আছে
সমার্থক : চফৰ, যাত্রা
অর্থ : কোনো বিশেষ কামৰ নিৰীক্ষণৰ কাৰণে এঠাইৰ পৰা অন্য ঠাইলৈ যোৱা কার্য
উদাহরণ : প্রধানমন্ত্রীয়ে ভূমিকম্প গ্রস্ত এলেকাৰ ভ্রমণ কৰিবলে গৈছে
ইনস্টল