সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ ভোক লাগিছে
উদাহরণ : আমি ভোকাতুৰক আহাৰ খুওৱা উচিত
উদাহরণ : মাকে ভোকাতুৰ শিশুটোক গাখীৰ খুৱাইছে
সমার্থক : ক্ষুধাতুৰ, ক্ষুধান্বিত, ক্ষুধার্ত, ক্ষুধিত, বুভুক্ষিত, ভুকীয়া, ভুখাৰি, ভোকাল
অর্থ : যাৰ সদায় ভোক লাগি থাকে
উদাহরণ : ভোকাতুৰ ব্যক্তিয়ে সদায় কিবা নহয় কিবা খাই থাকে
অর্থ : যি ভোকত মৰো মৰো হয়
উদাহরণ : আজিকালি চহৰৰ ৰাস্তাত বহুতো ভোকাতুৰক ভিক্ষা খোজা দেখা যায়
সমার্থক : ক্ষুধার্ত, ক্ষুধিত, ভোকত মৰা-, ্ভোকাল
ইনস্টল