অর্থ : জেঠোদেউ বা পেহাৰ ছোৱালী
উদাহরণ :
মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
সমার্থক : পেহাৰ ছোৱালী, বাইদেউ
অর্থ : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান
উদাহরণ :
ৰাধা মোৰ নিজা ভনী
সমার্থক : নিজা ভণ্টি, বা), ভগিনী, ভগ্নী, ভনী, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ
অর্থ : মাহীৰ ছোৱালী
উদাহরণ :
মোৰ ভণ্টি (মাহীৰ ছোৱালী) এগৰাকী ্ ধর্মপ্র্াণা মহিলা
সমার্থক : মাহীৰ ছোৱালী