সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো আলোচনী বা কিতাপ আদিৰ বার্ষিক বা মাহেকীয়া মূল্য
উদাহরণ : মই কাদম্বিনীৰ বৰঙণি এতিয়ালৈকে পঠিওৱা নাই
অর্থ : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ
উদাহরণ : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে
সমার্থক : অৱদান, দান, যোগদান
অর্থ : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি
উদাহরণ : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে
সমার্থক : অনুদান, চান্দা
ইনস্টল