অর্থ : পিন্ধা কাপোৰ
উদাহরণ :
আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে
সমার্থক : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, পৰিচ্ছদ, বসন-ভূষণ, বস্ত্র, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ
অর্থ : বিশেষভাৱে পৰিধান কৰা বস্ত্র, গহনা আদি
উদাহরণ :
ৰমেশৰ বেশ-ভূষা আচৰিত ধৰণৰ