অর্থ : ভোজন কৰাৰ নিশ্চিত সময়
উদাহরণ :
আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়
সমার্থক : সময়
অর্থ : ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য
উদাহরণ :
সীমাই বৰ খৰকৈ বেলিব পাৰে