অর্থ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
উদাহরণ :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
সমার্থক : কোৱা
অর্থ : কোনো কথা আদি জানি লোৱা
উদাহরণ :
বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
অর্থ : বোধ বা জ্ঞান উদয় হোৱা
উদাহরণ :
শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
অর্থ : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
উদাহরণ :
তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে