সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
উদাহরণ : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
সমার্থক : অন্যথা, উল্টা, ওলোটা, বিপৰীত
অর্থ : যি অনুকূল বা হিতসাধনত সহায়ক নহয়
উদাহরণ : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল
সমার্থক : প্রতিকূল, প্রতীপ, বিপৰীত
ইনস্টল