সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো খেল আদিৰ মাজত হোৱা কিছু সময়ৰ অৱকাশ
উদাহরণ : খেলৰ বিৰতিত মই চাহ খাবলৈ গʼলোঁ
সমার্থক : মধ্যান্তৰ
অর্থ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
উদাহরণ : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
সমার্থক : অৱকাশ, অৱসৰ, ছুটী, বিৰাম
ইনস্টল