অর্থ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
উদাহরণ :
উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
সমার্থক : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা
অর্থ : ভাবত বিভোৰ হৈ থকা
উদাহরণ :
সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে
সমার্থক : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা
অর্থ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
উদাহরণ :
মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
সমার্থক : অশান্তি, মানসিক চাপ