অর্থ : গোলা, বাৰুদ আদি ফুটিলে হোৱা বিকট শ্্ব্দ
উদাহরণ :
এটা ডাঙৰ বিস্ফোৰণ হʼল আৰু চাই থাকোতেই অট্টালিকাটো খহি পৰিল
সমার্থক : ধামাকা
অর্থ : হঠাতে ডাঙৰকৈ হোৱা শ্্ব্দ বা বোমাৰ শ্্ব্দ
উদাহরণ :
বোমাটো ফুটাৰ লগতে এটা বিস্ফোৰণ হʼল
অর্থ : হঠাৎ ডাঙৰ শ্্ব্দ কৰি ফুটা কার্য
উদাহরণ :
বোমা বিস্ফোৰণত বিশজন লোক নিহত হʼল