অর্থ : এক হাজাৰ নিযুত বা শত কোটি
উদাহরণ :
ভাৰত চৰকাৰে প্রতি বছৰে পৰিকল্পনা শিতানত বহু বিলিয়ন টকা বিনিয়োগ কৰে
সমার্থক : শতকোটি, ১০০০০০০০০০০
অর্থ : এক মিলিয়ন মিলিয়ন
উদাহরণ :
কোম্পানীৰ বিলিয়ন ডলাৰৰ ধাৰ আছে
সমার্থক : 1000000000000, দহ হাজাৰ কোটি