অর্থ : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম
উদাহরণ :
তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে
সমার্থক : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শঠতা, শাঠ্য
অর্থ : আশাকৰা কোনো কথা আৰু বাস্তৱত ঘটা কোনো ঘটনাৰ মাজত হোৱা বিসংগতি
উদাহরণ :
এইটো কালৰ কি বিড়ম্বনা যে কালিৰ লাখপতিয়ে আজি পথত ভিক্ষা মাগী আছে
সমার্থক : বঞ্চনা