সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
উদাহরণ : সোমবাৰ সপ্তাহৰ প্রথম দিন
সমার্থক : অহ্ন, দিন, দিৱস, বাসৰ
অর্থ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ
উদাহরণ : এতিয়া ৰামৰ পাল
সমার্থক : নম্বৰ, পাল
অর্থ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
উদাহরণ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
সমার্থক : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ
অর্থ : মদ কিনিলৈ খোৱা ঠাই
উদাহরণ : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়
সমার্থক : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়
অর্থ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
উদাহরণ : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
সমার্থক : দফা
অর্থ : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি
উদাহরণ : এই ছবিখনৰ ফ্রেম লগাই দিয়ক
সমার্থক : ফ্রেম, বৃতি
অর্থ : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : ছয় আৰু ছয় মিলি বাৰ হয়
সমার্থক : দ্বাদশ, ১২
অর্থ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
উদাহরণ : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
সমার্থক : কিস্তি, খেপ, দফা
অর্থ : দহ আৰি দুই
উদাহরণ : নাৱত বাৰজন লোক উঠি আছিল
ইনস্টল