অর্থ : শৈশৱ আৰু যুৱক অৱস্থাৰ মাজৰ সময়
উদাহরণ :
শ্যামৰ বাল্যকাল নিজৰ আইতাৰ ঘৰত পাৰ হৈছিল
সমার্থক : লʼৰালি কাল
অর্থ : শৈশৱ আৰু কৈশোৰৰ মাজৰ সময়ছোৱা:ৰাকেশ বাল্যকালৰ পৰাই পঢ়া-শুনাত তীক্ষ্ণ
উদাহরণ :
সমার্থক : বাল্যাৱস্থা