সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
উদাহরণ : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে
সমার্থক : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিস্থিতি, পৰিৱেশ, ্পর্য্যাবৰণ
অর্থ : চৌদিশৰ পৰা পৃথিৱীক আৱৰি ৰখা বায়ু বিশেষ
উদাহরণ : আমি বাতাবৰণ দূষিত হোৱাৰ পৰা ৰক্ষা কৰা উচিত
সমার্থক : বাতাৱৰণ, বায়ুমণ্ডল
ইনস্টল