সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানুহে অহা-যোৱা কৰিবৰ কাৰণে আৰু মাল-বস্তু কঢ়িওৱা গাড়ীত যুতি দিয়া শিং নথকা চাৰিঠেঙীয়া এবিধ জন্তু:ৰাণাপ্রতাপ সিংহৰ ্ ঘোঁৰাটোৰ নাম চেতক আছিল
উদাহরণ :
সমার্থক : অশ্ব, ঘোটক, ঘোৰা, তুৰঙ্গ, তুৰঙ্গম, বাহনশ্রেষ্ঠ, হয়
অর্থ : ভাল হোৱা সন্দর্ভত ্কোনো বিষয়ে দৃঢ়তাপূর্বক কিছু কথা কোৱাৰ সেই প্রকাৰ যʼত সত্য অথবা অসত্য প্রমাণ হোৱাৰ লগতে হৰা-জিকা বা কিছু লেন-দেনো থাকে
উদাহরণ : ৰাহুলে বাজী জিকিল
ইনস্টল