অর্থ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
উদাহরণ :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
সমার্থক : কেঁচুৱাশিশু, পেন্দুকণা, বালক
অর্থ : কম বয়সীয়া লʼৰা বা ছোৱালী
উদাহরণ :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
সমার্থক : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী