সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বর্ত্্মান সময়ৰ ক্রিয়া বা অৱস্থাৰ বিষয়ে নির্দেশ ্কৰা ব্যাকৰণৰ এক কাল
উদাহরণ : আজি শিক্ষাগুৰুৱে আজি ্বর্ত্্মান কালৰ বিষয়ে বিতংভাৱে কʼলে
সমার্থক : বর্ত্্মান কাল
অর্থ : আধুনিক বা বর্ত্্মান সময়ত
উদাহরণ : আজিকালি ভাৰত আৰু পাকিস্তানৰ সম্বন্ধ ভাল নহয় এতিয়া আগৰ নিচিনা সময় হৈ থকা নাই
সমার্থক : আজিকালি, এতিয়া
অর্থ : যিটো এই সময়ত হৈছে বা চলি আছে
উদাহরণ : বর্ত্্মান সময়ৰ ব্যৱহাৰ কৰা, কিয়নো পাৰ হৈ যোৱা সময় কেতিয়াও উলটি নাহে
সমার্থক : অদ্য, আজি
ইনস্টল