অর্থ : যিজনে কাণেৰে ভালদৰে শুনা নাপায় বা একেবাৰে নুশুনে
উদাহরণ :
এই বিদ্যালয়খন বধিৰসকলৰ কাৰণে খোলা হৈছে
অর্থ : যিজনে শুনা নাপায়
উদাহরণ :
প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে
সমার্থক : কলা, কাণ গধুৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত