অর্থ : লʼৰা-ছোৱালীৰ দ্বাৰা কট্টীক বাতিল কৰি পুনৰ মিত্ৰতাৰ সম্বম্ধ স্থাপন কৰা কাৰ্য যʼত তেওঁলোকে হাতৰ কিছুমান আঙুলি পৰস্পৰে স্পৰ্শ কৰা কাৰ্য
উদাহরণ :
লʼৰা-ছোৱালীয়ে কথাই কথাই কট্টী কৰি পিছত বট্টী কৰি লয়
সমার্থক : বাট্টী
অর্থ : পূঁজ ্ শুকাবৰ কাৰণে ঘাঁত দিয়া কাপোৰৰ টুকুৰা
উদাহরণ :
চিকিৎসকে তেওঁৰ ্ ঘাঁত পট্টী বান্ধি আছে
সমার্থক : পট্টী