অর্থ : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
উদাহরণ :
বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
সমার্থক : ফুলাই তোলা
অর্থ : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
উদাহরণ :
কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
সমার্থক : পৰিস্ফূট কৰা
অর্থ : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
উদাহরণ :
লʼৰাটোৱে বেলুন ফুলায় আছে