অর্থ : যʼত ফুল ফুলি আছে
উদাহরণ :
এই ফুলযুক্ত উদ্ভিদ জোপাই বাগিছাখনত শোভা বর্ধন কৰি আছে
অর্থ : যʼত বুটা বা ফুল-পাত আদি কঢ়া বা তোলা হৈছে
উদাহরণ :
চালমাই ভোজমেলত বহুত ধুনীয়া ৰঙা ৰঙৰ ফুলাম শাৰী পিন্ধি আছিল
সমার্থক : ফুলাম
অর্থ : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
উদাহরণ :
বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
সমার্থক : সপুষ্পক