সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মুখখন অলপ মেল খুৱাই লৈ বায়ু বাহিৰলৈ উলিওৱা
উদাহরণ : জুই জ্বলাবৰ কাৰণে তেওঁ ্বাৰে-বাৰে চুলাটোত ফুৱাই আছিল
অর্থ : ফু মাৰি জ্বলোৱা
উদাহরণ : সৰিতাই ঠাণ্ডা চৌকাটোত ফুৱাই আছে
সমার্থক : ফুৱাই থকা
ইনস্টল