অর্থ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
উদাহরণ :
তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
সমার্থক : ফাটি যোৱা
অর্থ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
উদাহরণ :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
সমার্থক : আঁতৰি যোৱা, আঁ্তৰা, ফাটি যোৱা
অর্থ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
উদাহরণ :
গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
সমার্থক : ফাটি যোৱা
অর্থ : কোনো বিক্রিয়াৰ কাৰণে এটা অৱস্থাৰ পৰা অন্য এক অৱস্থালৈ গতি কৰা
উদাহরণ :
মায়ে ফটা গাখীৰৰ পৰা মিঠাই বনাই আছে