পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰিশিষ্ট শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰিশিষ্ট   বিশেষ্য

অর্থ : কোনো কিতাপৰ অতিৰিক্তি অংশ বিশেষ যʼত কিছমান এনেকুৱা কথা দিয়া থাকে যাৰ কাৰণে কিতাপখনৰ গুৰুত্ব আৰু বাঢ়ে

উদাহরণ : কিতাপখনৰ পৰিশিষ্ট পঢ়িয়েই জগতে কিতাপখন কিনি লʼলে

অর্থ : কোনো গ্রন্থ, লেখা আদিৰ সেই অন্তিম অংশ যʼত দৰকাৰী বা ব্যৱহাৰিক কথা সন্নিৱিষ্ট কৰা হয় যিবোৰ পূর্বে উল্লেখ কৰা নাথাকে

উদাহরণ : শিক্ষকৰ মনোযোগ হঠাৎ পৰিশিষ্টৰ পিনে পৰিল

পৰিশিষ্ট   বিশেষণ

অর্থ : থাকি যোৱা বা ৰাহি হোৱা

উদাহরণ : আপুনি এই পৰিশিষ্ট পৃষ্ঠা কেইটাও ছপাই দিয়ক