অর্থ : দুখ, কষ্ট আদি ওলাই অহা
উদাহরণ :
তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল
অর্থ : বেমাৰ হৈ বিছনাত পৰি থকা
উদাহরণ :
ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে
অর্থ : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা
উদাহরণ :
ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে
অর্থ : উৎপন্ন হোৱা
উদাহরণ :
আজি গাখীৰৰ ওপৰত মলাই পৰিল
অর্থ : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা
উদাহরণ :
এই গাড়ীখনত কিমান দাম পৰিল
অর্থ : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???
উদাহরণ :
তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল
সমার্থক : (বাগৰি পৰা, লুটি খাই পৰা)
অর্থ : প্রবিষ্ট হোৱা
উদাহরণ :
ঘিউখিনিত চৰাইটো পৰিল
অর্থ : মাজত আহি যোৱা কার্য
উদাহরণ :
এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা
অর্থ : অভ্যাসত পৰিণত হোৱা এক অৱস্থা
উদাহরণ :
তেওঁৰ মদ ্খোৱাৰ গতত পৰিল
অর্থ : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা
উদাহরণ :
গছৰ তলত বহুত গুটি পৰি আছে
অর্থ : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা
উদাহরণ :
তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে
সমার্থক : পৰি থকা