অর্থ : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ
উদাহরণ :
নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে
সমার্থক : অনাত্মীয়
অর্থ : যি আপোন নহয়
উদাহরণ :
পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে
সমার্থক : আনাত্মীয়