অর্থ : কোনো কাম কৰাৰ কাৰণে কাৰোবাৰ সন্মুখত দাঙি ধৰা বিচাৰ
উদাহরণ :
প্রধানমন্ত্রীয়ে পাকিস্তানৰ সন্মুখত শান্তিৰ প্রস্তাৱ ৰাখিছে
অর্থ : বিবাহৰ বাবে কাৰোবাৰ আগত বা কাৰোবাৰ পৰিয়ালৰ আগত ৰখা প্রস্তাৱ
উদাহরণ :
শ্যামৰ ডাঙৰ পুতেকৰ বাবে বহুতো প্রস্তাৱ আহিছে
সমার্থক : বিবাহ প্রস্তাব