অর্থ : কোনো বিষয় বা আলোচনা আদিৰ প্রচাৰ কৰা কার্য
উদাহরণ :
বিজ্ঞাপন প্রসাৰণৰ সঠিক মাধ্যম
অর্থ : দী্র্ঘ্্তা, প্রস্থতা আদি
উদাহরণ :
হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতবর্ষৰ বিস্তৃতি
সমার্থক : প্রসাৰ, পৰিকীর্ণ্্তা, পৰিব্যাপ্তি, বিসাৰ, বিস্তাৰ, বিস্তৃতি, বিয়পি থকা-, ব্যাপ্তি
অর্থ : বিস্তাৰ কৰা বা বৃদ্ধি কৰা কার্য ্বা ভাব
উদাহরণ :
বানপানীৰ প্রকোপৰ পৰা বাচিবৰ কাৰণে মথাউৰিৰ প্রসাৰণ ঘটোৱা উচিত