সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
উদাহরণ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
সমার্থক : উপস্থাপন, নিৰূপণ, প্রতিপাদন
অর্থ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা
উদাহরণ : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে
সমার্থক : পৰীক্ষণ কৰা, পৰীক্ষা কৰা
ইনস্টল