অর্থ : ধার্মিক বা নৈতিক কথাক ভালদৰে হৃদয়ংগম কৰি কোৱা বা অর্থ বিস্তৃতভাৱে কোৱা কার্য
উদাহরণ :
আমি সকলোৱে সাধুজনৰ প্রবচন শুনিয়েই আছিলোঁ
অর্থ : পৰম্পৰা অনুসৰি চলি অহা কথা, বচন বা উক্তি আদি
উদাহরণ :
প্রবচন অনুসৰি সন্ধিয়া বেলা দুৱাৰ-দলিত বহিব নাপায়
সমার্থক : অনুশ্রুতি, প্রবাদ-প্রবচন